ଅର୍ଥ : আওবাটে যোৱা কার্য
ଉଦାହରଣ :
অসৎ বন্ধুৰ প্রলোভনত পৰি ৰামে চোৰ কৰিলে
ଅର୍ଥ : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
ଉଦାହରଣ :
কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
ସମକକ୍ଷ : লালসা