ଅର୍ଥ : কোনো সিদ্ধান্ত, মত বা বিচাৰক সংগঠিত ৰূপত প্রচাৰ কৰা ব্যক্তি
ଉଦାହରଣ :
নি্র্বাচনৰ আগতে প্রচাৰকে গাঁৱৰ পৰিদর্শন কৰিছে
ଅର୍ଥ : কোনো কাম, বস্তু আদিৰ প্রচাৰ কৰোতা ব্যক্তি
ଉଦାହରଣ :
কেইটামান অসামাজিক সংগঠনে এটা বিশেষ দলৰ সৈতে জড়িত থকা প্রচাৰকৰ ওপৰত আক্রমণ কৰিলে
ଅର୍ଥ : ঘোষণা কৰোতা
ଉଦାହରଣ :
আমি দুঃখিত যে ঘোষক ব্যক্তিৰ অনুপস্থিতিৰ কাৰণে সন্মিলনখনি সময়মতে আৰম্ভ কৰিব পৰা নগʼল
ସମକକ୍ଷ : ঘোষক
ଅର୍ଥ : প্রচাৰ কৰোতা
ଉଦାହରଣ :
এজন প্রচাৰক নেতাই গাঁৱে-গাঁৱে ঘূৰি নিজৰ দলৰ প্রচাৰ কৰি আছে