ଅର୍ଥ : যʼত কোনো পেচ বা মোৰ আছে
ଉଦାହରଣ :
পাহাৰৰ মেৰযুক্ত পথত সাৱধানেৰে গাড়ী চলাব লাগে
ସମକକ୍ଷ : মেৰযুক্ত
ଅର୍ଥ : যʼত পেচ লগোৱা বা জোৰা লগোৱা আছে
ଉଦାହରଣ :
ফাৰ্ণিচাৰ আদি বনোৱাৰ সময়ত পেচযুক্ত নট-বল্টুৰ ব্যৱহাৰ কৰা হয়