ଅର୍ଥ : লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু
ଉଦାହରଣ :
দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে
ସମକକ୍ଷ : খেলনা
ଅର୍ଥ : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ
ଉଦାହରଣ :
দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়
ସମକକ୍ଷ : পুত্তলিকা