ଅର୍ଥ : কেইবাটাও গুলী একেলগে চলাব পৰা এক ধৰণৰ মাৰণাস্ত্র
ଉଦାହରଣ :
নাথুৰামৰ ৰিভল্ভাৰৰ পৰা ওলোৱা গুলীয়েই গান্ধীজীৰ মৃত্যুৰ কাৰণে
ସମକକ୍ଷ : ৰিভল্ভাৰ
ଅର୍ଥ : বন্দুকৰ দৰে এবিধ সৰু অস্ত্র
ଉଦାହରଣ :
পুলিচে চোৰৰ হাতৰ পৰা এটা বিদেশী পিষ্টল উলিয়ালে
ସମକକ୍ଷ : পিস্তল