ଅର୍ଥ : ঘোঁৰা গাড়ী আদিত ভৰি দিবৰ কাৰণে প্রস্তুত কৰা স্থান
ଉଦାହରଣ :
তেওঁ ্ঘোঁৰাগাড়ীত ভৰি ৰাখিবৰ কাৰণে পাৱদানীত ভৰি থʼলে
ଅର୍ଥ : ভৰি থোৱা কোনো বস্তু বা স্থান
ଉଦାହରଣ :
পাওদানীৰ সুবিধা হোৱাৰ কাৰণে ভৰি দুখনে আৰাম পায়
ସମକକ୍ଷ : পাওদানী