ଅର୍ଥ : খিৰিকি বা দর্জা আদিত লগোৱা কাঠ আদিৰ অংশ যাক চৌকাঠত লগাই খোলা-মেলা কৰা হয়
ଉଦାହରଣ :
আন্ধাৰৰ কাৰণে খিৰিকিৰ পাল্লাখন খুলি দিয়া হৈছে
ସମକକ୍ଷ : কপাট
ଅର୍ଥ : তর্জুৰ ্পাল্লা
ଉଦାହରଣ :
তেওঁ ওজন কৰিবৰ কাৰণে তর্জুৰ এখন পাল্লাত দগা ৰাখি আনখনত বস্তু ৰাখিলে
ସମକକ୍ଷ : পালা