ଅର୍ଥ : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু
ଉଦାହରଣ :
তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে
ସମକକ୍ଷ : পাট্টা
ଅର୍ଥ : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়
ଉଦାହରଣ :
লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে
ସମକକ୍ଷ : পৃষ্ঠা