ଅର୍ଥ : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
ଉଦାହରଣ :
বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
ଅର୍ଥ : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
ଉଦାହରଣ :
ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
ସମକକ୍ଷ : পীৰা