ଅର୍ଥ : গাখীৰ ফটাই তাৰ পানীভাগ আঁ্তৰালে ৰৈ যোৱা অংশ
ଉଦାହରଣ :
পনীৰেৰে নানা ধৰণৰ মিঠাই আৰু তৰকাৰী বনাব পাৰি
ସମକକ୍ଷ : চানা
ଅର୍ଥ : দৈ গাখীৰৰ পৰা পানীভাগ বাহিৰ কৰি তাৰ চানাখিনি জমা কৰি তৈয়াৰ কৰা একধৰণৰ গোটা খাদ্য
ଉଦାହରଣ :
মোৰ ছোৱালীজনীয়ে পনীৰ খাই বৰ ভাল পায়
ସମକକ୍ଷ : চীজ