ଅର୍ଥ : এবিধ গোলাকাৰ টেঙা, ৰসাল ফল
ଉଦାହରଣ :
নেমুত ভিটামিন চিৰ পৰিমাণ বেছিকৈ আছে
ଅର୍ଥ : এবিধ সৰু আকাৰৰ গোটাচানেকীয়া টেঙাজাতীয় ফল লগা গছ
ଉଦାହରଣ :
আমাৰ ঘৰৰ পিছফালে লগা নেমুজোপা এতিয়া লাগিবলৈ ধৰিছে
ସମକକ୍ଷ : লেবু