ଅର୍ଥ : কোনো কামৰ কাৰণে বহুতৰ মাজৰ পৰা এজনক বা কিছুমানক প্রতিনিধি হিচাপে বাচনি কৰা কার্য
ଉଦାହରଣ :
আগন্তুক লোকসভাৰ নি্র্বাচন প্রস্তুতি আৰম্ভ হৈ গৈছে
ସମକକ୍ଷ : ইলেকচন
ଅର୍ଥ : নি্র্বাচিত বস্তু বা ব্যক্তি
ଉଦାହରଣ :
এই পদটোৰ কাৰণে আপোনাৰ নি্র্বাচন প্রশংসাৰ যোগ্য
ସମକକ୍ଷ : পচন্দ