ଅର୍ଥ : আঁতৰ কৰা দূৰ কৰা কার্য
ଉଦାହରଣ :
এই ঔষধে বাত, পিত্ত, মুত্রবিকাৰ আদিৰ নিবাৰণ কৰে
ଅର୍ଥ : কোনো অনুচিত কার্য, ্অৱস্থা আদিক বাধা প্রদান কৰা কার্য
ଉଦାହରଣ :
চৰকাৰে কন্সাৰ ৰোগ নিবাৰণৰ কাৰণে প্রচেষ্টা অব্যাহত ৰাখিছে নিয়মিত যোগাসনেৰে ৰোগৰ পৰা উপশম পাব পাৰি
ସମକକ୍ଷ : উপশম