ଅର୍ଥ : যাৰ হাতত জীৱিকা নি্র্বাহৰ বাবে কোনো কাম-কাজ নাথাকে
ଉଦାହରଣ :
দিনে দিনে নিবনুৱাৰ সংখ্যা বাঢ়িবলৈ ধৰিছে
ସମକକ୍ଷ : সংস্থাপনহীন
ଅର୍ଥ : জীৱিকাৰ কাৰণে মানুহৰ ওচৰত একো কাম নথকা অৱস্থা
ଉଦାହରଣ :
দিনে দিনে নিবনুৱাৰ সমস্যা বাঢ়ি গৈ আছে
ସମକକ୍ଷ : বেৰোজগাৰ
ଅର୍ଥ : যাৰ ওচৰত জীৱন-নি্র্বাহৰ কাৰণে কোনো কাম-বন নাই
ଉଦାହରଣ :
বর্ত্্মান বহুত নিবনুৱা যুৱক আছে
ସମକକ୍ଷ : জীৱিকাহীন