ଅର୍ଥ : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য
ଉଦାହରଣ :
আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব
ସମକକ୍ଷ : অস্বীকাৰ
ଅର୍ଥ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
ଉଦାହରଣ :
চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
ସମକକ୍ଷ : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত