ଅର୍ଥ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
ଉଦାହରଣ :
কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
ସମକକ୍ଷ : অৱতৰণ
ଅର୍ଥ : থিয় হৈ থকা কোনো বস্তুক হাউলিবলৈ প্রবৃত্ত কৰা
ଉଦାହରଣ :
ফল চিঙিবৰ কাৰণে ডালবোৰ তললৈ নমোৱা হয়
ସମକକ୍ଷ : হাউলা
ଅର୍ଥ : ওপৰৰ পৰা তলৰ ফালে অনা
ଉଦାହରଣ :
মোহনে ট্রাকৰ পৰা বস্তু নমাই আছে