ଅର୍ଥ : কাগজ আদিৰ ভালেমান টুকুৰা একে লগে মিলাই গাঁঠি থোৱা কার্য
ଉଦାହରଣ :
কেৰাণীজনে কাগজবোৰ নথিভুক্ত কৰি আছে
ସମକକ୍ଷ : নথিভুক্ত
ଅର୍ଥ : কোনো এক বিষয় অথবা মোকর্দ্্মাৰ সৈতে সম্বন্ধ থকা কিছুমান কাগজ-পত্রৰ থূপ
ଉଦାହରଣ :
পিয়নজনে ফাইলটো লৈ গৈছে
ସମକକ୍ଷ : ফাইল