ଅର୍ଥ : শ্রদ্ধা, ভক্তি আৰু বিনম্রতাপূর্বক দেৱতা, দেৱমূর্তি অথবা ডাঙৰক কৰা সাক্ষাৎকাৰ
ଉଦାହରଣ :
আমি সাধুবাবাৰ দর্শনৰ ্বাবে গৈ আছোঁ
ସମକକ୍ଷ : দর্শন
ଅର୍ଥ : কোনো ব্যক্তি, বস্তু আদিৰ প্রতি চকুৰদ্বাৰা ওপজা বোধ
ଉଦାହରଣ :
কামৰ ব্যস্ততাৰ কাৰণে এমাহ ধৰি দেউতাৰ দর্শন ্হোৱা নাই
ସମକକ୍ଷ : দর্শন