ଅର୍ଥ : আৰতিৰ সময়ত জ্বলাই লোৱা চাকিৰ সমূহ
ଉଦାହରଣ :
আৰতিৰ সময়ত পুজাৰীৰ এখন হাতত দীপকমালা আৰু আনখন হাতত ঘন্টা আছিল
ସମକକ୍ଷ : দীপকমালা
ଅର୍ଥ : জ্বলি থকা দীপকৰ শাৰী
ଉଦାହରଣ :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
ସମକକ୍ଷ : দীপাৱলী