ଅର୍ଥ : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
ଉଦାହରଣ :
কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
ଅର୍ଥ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
ଉଦାହରଣ :
মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
ସମକକ୍ଷ : দিৱস