ଅର୍ଥ : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য
ଉଦାହରଣ :
আজিকালি আলুৰ দাম বহুত বাঢ়িল
ସମକକ୍ଷ : দৰ
ଅର୍ଥ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
ଉଦାହରଣ :
হীৰাৰ মূল্য জহুৰীয়েহে জানে
ସମକକ୍ଷ : মূল্য