ଅର୍ଥ : একো কৰিব নোৱাৰাকৈ কিহবাৰ ওপৰত যোৰ বা বল প্রয়োগ কৰা কার্য
ଉଦାହରଣ :
গুণ্ডাবোৰে গোটেই বস্তীবাসীক ডাবি-ধমকি দি দবাই ৰাখিছে
ସମକକ୍ଷ : দবোৱা
ଅର୍ଥ : কোনো কথাক বাঢ়িবলৈ নিদিয়া
ଉଦାହରଣ :
হত্যাৰ বিষয়টোক আদালতলৈ যোৱাৰ আগতে দবাই ৰাখিলে
ସମକକ୍ଷ : হেঁচি ৰখা