ଅର୍ଥ : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা
ଉଦାହରଣ :
মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো
ସମକକ୍ଷ : থৈ অহা
ଅର୍ଥ : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা
ଉଦାହରଣ :
মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ
ସମକକ୍ଷ : থৈ অহা