ଅର୍ଥ : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
ଉଦାହରଣ :
যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
ସମକକ୍ଷ : থকা
ଅର୍ଥ : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
ଉଦାହରଣ :
বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
ସମକକ୍ଷ : ৰৈ যোৱা