ଅର୍ଥ : ধাতু আদি বস্তুৰ খুন্দা খোৱা বা বজা শ্্ব্দ
ଉଦାହରଣ :
এই মোনাটোত পইচাৰ জনজননি শুনিবলৈ পাইছোঁ
ସମକକ୍ଷ : জনজননি
ଅର୍ଥ : প্রতিধ্বনি উৎপন্ন হোৱা বা কৰা কার্য
ଉଦାହରଣ :
ঘন্টাৰ ঝংকাৰ গোটেই মন্দিৰটোত গুঞ্জৰিত হʼল
ସମକକ୍ଷ : ঝংকাৰ