ଅର୍ଥ : লক্ষণগত বা স্বভাৱগত ধ্বনি
ଉଦାହରଣ :
মোৰ হৃদয় ভগৱত-প্রেমৰ ঝংকাৰত শুদ্ধ হৈ পৰিছে
ଅର୍ଥ : ঝন-ঝন শ্্ব্দ
ଉଦାହରଣ :
ঘৰত নবোৱাৰীৰ পায়লৰ ঝংকাৰ মুখৰিত হৈ আছে
ଅର୍ଥ : প্রতিধ্বনি উৎপন্ন হোৱা বা কৰা কার্য
ଉଦାହରଣ :
ঘন্টাৰ ঝংকাৰ গোটেই মন্দিৰটোত গুঞ্জৰিত হʼল
ସମକକ୍ଷ : ঝনঝননি