ଅର୍ଥ : সাপ আদি বগাই গʼলে সৃষ্টি হোৱা ধ্বনি
ଉଦାହରଣ :
চৰচৰণি শুনি গাইজনী সচকিত হৈ পৰিল
ଅର୍ଥ : বতাহত কোনো বস্তু বেগেৰে ওলাই যোৱা শ্্ব্দ
ଉଦାହରଣ :
ৰকেটৰ চৰচৰণি শুনি মানুহে উৎসুকতা বশতঃ ওপৰলৈ চাবলৈ ধৰিলে
ସମକକ୍ଷ : চৰ-চৰণি