ଅର୍ଥ : জোতাৰ সলনি পিন্ধা চামৰা, ৰবৰ, প্লাষ্টিক আদিৰ পটি লগোৱা আৰু গোৰোহা ওলাই থকা এবিধ সামগ্রী
ଉଦାହରଣ :
মোৰ চেণ্ডেলযোৰ চিগিল
ସମକକ୍ଷ : চপ্পল
ଅର୍ଥ : এক প্রকাৰৰ গোৰোহাত পৰিধান কৰা ফিটা লগোৱা চপ্পল বিশেষ
ଉଦାହରଣ :
বৰষুণৰ দিনত মহেশে প্লাষ্টিকৰ চেণ্ডেল পিন্ধে