ଅର୍ଥ : ওপৰৰ ভাগ বেঙুনীয়া আৰু তলৰ ভাগ বগা কন্দৰ এবিধ পাচলি-গছ
ଉଦାହରଣ :
সীতাই শাকনিৰ পৰা চালগোম উঘালিছে
ସମକକ୍ଷ : চালগোম গছ
ଅର୍ଥ : গাৰ ওপৰৰ ফালে পাতল বেঙুনীয়া আৰু তলৰ ফালে বগা ৰঙৰ এবিধ গোলাকাৰ কন্দ বা মূল
ଉଦାହରଣ :
চালগোমেৰে তৰকাৰী আৰু চালাদ বনোৱা হয়