ଅର୍ଥ : একপ্রকাৰৰ সুগন্ধিত গছৰ কাঠ যাৰ মিহি গুৰিৰে শৰীৰত প্রলেপ লগোৱা হয়
ଉଦାହରଣ :
চন্দনে শৰীৰত শীতলতা প্রদান কৰে
ସମକକ୍ଷ : গন্ধৰাজ
ଅର୍ଥ : পবিত্র জ্ঞান কৰা সুগন্ধিযুক্ত কাঠৰ এবিধ গছ
ଉଦାହରଣ :
দক্ষিণ ভাৰতত চন্দন গছ বেছিকৈ পোৱা যায়