ଅର୍ଥ : কোনো বস্তু মোহাৰিলে বা খুন্দিলে যি অৱশিষ্ট পোৱা যায়
ଉଦାହରଣ :
লʼৰাটোৱে লদা মাটিডোখৰ কাটি-কাটি গুৰি কৰিলে
ଅର୍ଥ : কোনো টান বস্তুক হাত বা কোনো সঁজুলিৰ সহায়ত জোৰেৰে এনেদৰে হেঁ্চা প্রয়োগ কৰা যাৰ ফলত সি সৰু সৰু টুকুৰাত খণ্ড-বিখণ্ড হৈ পৰে
ଉଦାହରଣ :
আলু-পৰঠা বনাবৰ কাৰণে ললিতাই সিজোৱা আলুবোৰ পিটিকি আছে
ସମକକ୍ଷ : পিটিকা