ଅର୍ଥ : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
ଉଦାହରଣ :
ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
ସମକକ୍ଷ : হুংকাৰ
ଅର୍ଥ : কোনো হিংস্র জন্তুৱে মতা ডাঙৰ শ্্ব্দ
ଉଦାହରଣ :
বাঘৰ গোজৰ শুনাৰ লগে লগে মানুহৰ মাজত হুৱা-দুৱা লাগিল
ସମକକ୍ଷ : গোজৰ