ଅର୍ଥ : কʼৰবাত বিন্ধিবলৈ বা পুতিবলৈ ব্যৱহাৰ কৰা লোহা বা কাঠৰ মিহি খুঁটি
ଉଦାହରଣ :
ৰামে কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
ସମକକ୍ଷ : গোঁজ
ଅର୍ଥ : ধাতুৰে তৈয়াৰী শাল বা খিলা
ଉଦାହରଣ :
তেওঁ চিগা চেণ্ডেলজোৰত গজাল মাৰি আছে