ଅର୍ଥ : ইফালে-সিফালে পৰি থকা বা সিঁচা হৈ থকা
ଉଦାହରଣ :
চৰাইবিলাকে মাটিত সিঁচৰতি হৈ থকা শস্যৰ দানাবোৰ বুটলিছে
ସମକକ୍ଷ : বিকী্র্ণ, বিশৃঙ্খল, সিঁচৰতি, সিঁচৰি-পিচৰি
ଅର୍ଥ : ওলট-পালট , ইফাল-সিফাল বা বদলি কৰা
ଉଦାହରଣ :
তুমি অশৃংখলিত বস্তুবোৰ ঘৰত থৈ আহিবা
ସମକକ୍ଷ : অশৃংখলিত