ଅର୍ଥ : যাৰ ওপৰত কৰ বা মাছুল লগোৱা হোৱা নাই
ଉଦାହରଣ :
দোকানীজনে কৰমুক্ত খাদ্যৰ এখন তালিকা প্রস্তুত কৰি আছে
ସମକକ୍ଷ : কৰ মুক্ত
ଅର୍ଥ : যʼত কৰ আৰোপ কৰা হোৱা নাই
ଉଦାହରଣ :
ৰজাই দুর্ভিক্ষৰ কাৰণে প্রজাক কৰমুক্ত কৰি দিলে
ସମକକ୍ଷ : কৰহীন