ଅର୍ଥ : ঘোঁৰা আৰু সিংহ আদিৰ ডিঙি অংশৰ চুলি
ଉଦାହରଣ :
কেশৰে সিংহৰ সৌন্দর্য বর্ধন কৰে
ଅର୍ଥ : উৎকৃষ্ট সুগন্ধিৰ কাৰণে প্রসিদ্ধ শীতপ্রধান দেশত হোৱা এবিধ গছ যাৰ সৰু-সৰু ঠাৰিৰ পৰা সুগন্ধি নি্র্গত হয়
ଉଦାହରଣ :
কেসৰৰ পৰা পোৱা সুগন্ধি পদার্থৰ ব্যৱহাৰ ধর্ম ্কার্যটো কৰা হয়
ସମକକ୍ଷ : কেসৰ