ଅର୍ଥ : কোনো বিশেষ কার্য ্বা উদ্দেশ্যৰ নিমিত্তে কিছুমান লোক অস্থায়ীভাৱে থকা ঠাই বিশেষ
ଉଦାହରଣ :
চকুৰ চানিপৰা ৰোগৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে ডাক্তৰে দহ দিনৰ শিবিৰ পাতিছে
ସମକକ୍ଷ : শিবিৰ
ଅର୍ଥ : কোনো কামৰ কাৰণে সহযোগিতাৰে কৰা এক বিশেষ আয়োজন
ଉଦାହରଣ :
এই শিবিৰটো দুদিন ধৰি চলিব
ସମକକ୍ଷ : শিবিৰ