ଅର୍ଥ : শ্বেতাংগসকলে গণ্য কৰা আফ্রিকা, এছিয়া আদি দেশৰ ব্যক্তি
ଉଦାହରଣ :
এই কৃষ্ণাংগসকলৰ ওপৰত কিমানদিনলৈনো অত্যাচাৰ চলিব !
ସମକକ୍ଷ : কৃষ্ণাংগ
ଅର୍ଥ : যিজন বগা বা শ্বেত বর্ণৰ নহয়
ଉଦାହରଣ :
ইংৰাজসকলে কʼলা মানুহৰ ওপৰত নি্র্মম অত্যাচাৰ কৰিছিল
ସମକକ୍ଷ : কʼলা