ଅର୍ଥ : পোক-পতঙ্গ আদি মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা ৰাসায়নিক দ্রব্য
ଉଦାହରଣ :
শস্যবোৰ পোক-পতঙ্গৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কীটনাশক ছটিওৱা হৈছে
ସମକକ୍ଷ : কীট-নাশক দ্রব্য, কীটনাশক, কীটনাশক দ্রব্য
ଅର୍ଥ : পোক-পতঙ্গ মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা দ্রব্য বিশেষ
ଉଦାହରଣ :
খেতিয়কজনে পথাৰত কীটনাশক ঔষধ ছটিয়াই আছে
ସମକକ୍ଷ : কীটনাশক