ଅର୍ଥ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
ଉଦାହରଣ :
প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
ସମକକ୍ଷ : কাপ
ଅର୍ଥ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
ଉଦାହରଣ :
ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
ସମକକ୍ଷ : লেখনি