ଅର୍ଥ : কাৰোবাৰ বহুতো পত্নিৰ ভিতৰত পদ, ্মর্যাদা আদিত সৰু পত্নী
ଉଦାହରଣ :
পাটৰাণীৰ কথাত ৰজাই কনিষ্ঠাক ঘৰৰ পৰা উলিয়াই দিলে
ସମକକ୍ଷ : গৌণ পত্নী
ଅର୍ଥ : কেইবাগৰাকীও পত্নীৰ ভিতৰত যি গৰাকীক স্বামীয়ে কমকৈ মৰম কৰে
ଉଦାହରଣ :
বৃদ্ধাৱস্থাত পাটৰাণীও কনিষ্ঠা হৈ পৰে