ଅର୍ଥ : ভাঙি চিঙি নষ্ট হোৱা
ଉଦାହରଣ :
কেতিয়াবা সকলোতকৈ ভাল হিচাপে গণ্য কৰা এই প্রাসাদটো সময়ৰ লগে লগে উৱলি গʼল
ସମକକ୍ଷ : উৱলি যোৱা, বিধ্বস্ত হোৱা
ଅର୍ଥ : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
ଉଦାହରଣ :
খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
ସମକକ୍ଷ : পঁ্চা