ଅର୍ଥ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
ଉଦାହରଣ :
স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
ସମକକ୍ଷ : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ
ଅର୍ଥ : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি
ଉଦାହରଣ :
ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?
ସମକକ୍ଷ : সমাৰোহ