ଅର୍ଥ : নিজৰ অনুকূলে কোনো কার্য কৰিবৰ কাৰণে অনুচিতভাৱে দিয়া বা লোৱা বস্তু আদি
ଉଦାହରଣ :
তেওঁ ্ঘোচ লৈ থাকোতে ধৰা পৰিল
ସମକକ୍ଷ : ঘোচ
ଅର୍ଥ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
ଉଦାହରଣ :
উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
ସମକକ୍ଷ : উপঢৌকন