ଅର୍ଥ : নাক বা মুখেৰে প্রাণীয়ে বতাহ শৰীৰৰ ভিতৰলৈ সুমুওৱা কার্য
ଉଦାହରଣ :
শ্বাস আৰু প্রশ্বাস শ্বসন ক্রিয়াৰ এক অবিচ্ছেদ্য অংগ
ସମକକ୍ଷ : শ্বাস
ଅର୍ଥ : প্রাণীয়ে নাক বা মুখেৰে শৰীৰৰ ভিতৰলৈ সুমুৱাই নিয়া বতাহ
ଉଦାହରଣ :
উশাহত অক্সিজেনৰ পৰিমাণ অধিক থাকে
ସମକକ୍ଷ : শ্বাস