ଅର୍ଥ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
ଉଦାହରଣ :
উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
ସମକକ୍ଷ : উৎকোচ
ଅର୍ଥ : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য
ଉଦାହରଣ :
চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়