ଅର୍ଥ : উৰিষ্যাৰ অধিবাসী
ଉଦାହରଣ :
এই ছাত্রাৱাসটোত কেৱল উড়িয়াহে থাকিব পাৰিব
ଅର୍ଥ : যি লিপিত উড়িয়া ভাষা লিখা হয়
ଉଦାହରଣ :
লʼৰাটোৱে মন্দিৰৰ ওপৰত উড়িয়াত লিখি থোৱা কথাখিনি পঢ়িবলৈ চেষ্টা চলায় আছে
ସମକକ୍ଷ : উড়িয়া লিপি
ଅର୍ଥ : উড়িয়া ভাষাৰ বা উড়িয়া ভাষাৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
পুৰীৰ বিষয়ে অধিক জানিবলৈ মই ভালেমান উড়িয়া কিতাপ অধ্যয়ন কৰিলোঁ