ଅର୍ଥ : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
ଉଦାହରଣ :
তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
ସମକକ୍ଷ : ইংলিচ, ইংৰাজী ভাষা
ଅର୍ଥ : যি বিষয়ত ইংৰাজী ভাষা আৰু ইয়াৰ সাহিত্য, ব্যাকৰণ আদিৰ অধ্যয়ন কৰা হয়
ଉଦାହରଣ :
তেওঁ প্রথম শ্রেণীৰ পৰাই ইংৰাজী পঢ়ায়
ଅର୍ଥ : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
ଉଦାହରଣ :
আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
ସମକକ୍ଷ : ইংলিচ
ଅର୍ଥ : ইংলেণ্ডৰ সৈতে সম্বন্ধ থকা বা ইংলেণ্ডৰ
ଉଦାହରଣ :
ইংৰাজসকল গুচি গʼল যদিও ইংৰাজী সভ্যতা ইয়াতে এৰি থৈ গʼল