ଅର୍ଥ : যিটো ঘৰ বা আবাসৰ সৈতে সম্বন্ধিত
ଉଦାହରଣ :
আৱাসীয় সমস্যাবোৰ সমাধানৰ কাৰণে এটা সজাতি দল মাতি পঠিওৱা হৈছে
ସମକକ୍ଷ : আবাসীয়
ଅର୍ଥ : থাকিবৰ বা বসতি কৰিবৰ কাৰণে বনোৱা
ଉଦାହରଣ :
চহৰৰ পৰা দূৰৈৰ আৱাসীয় এলেকাত ভাড়াঘৰ সস্তাত পোৱা যায়