ଅର୍ଥ : যাৰ ওপৰত অপৰাধৰ অভিযোগ অনা হৈছে
ଉଦାହରଣ :
অভিযুক্ত ব্যক্তিজনক পুলিচে ধৰি লৈ গʼল
ସମକକ୍ଷ : অভিযুক্ত
ଅର୍ଥ : যাৰ ওপৰত অভিযোগ কৰা হৈছে (অপৰাধ)
ଉଦାହରଣ :
তেওঁৰ ওপৰত আৰোপিত অভিযোগ মিছা আছিল
ଅର୍ଥ : লগোৱা বা জাপি দিয়া
ଉଦାହରଣ :
জীয়েকৰ আৰোপিত কথাত ক্ষুন্ন হৈ তেওঁ আত্মহত্যা কৰিলে